মিঞা ::::::::: যুগ যুগ ধৰি যদিও তুচ্ছ তাচ্ছিল্য , ৰোধিব মিঞাই অনুশাসন শান্তিৰ ঘৰ দূৰত হলেও ভাগ্যৰ চকা গুৰিব । যদিও নাই ! মিঞাৰ কাল্পনিক সংজ্ঞা , কিন্তু! অসমীয়া ভাষাৰ সৈনিক ৷ মিঞা মানেই , অৰ্থনৈতিক পৰিৱৰ্তন ! মিঞা মানেই কঠোৰ সংগ্রাম নীতি....! মিঞাৰ যদিও নাই কোনো উপায় ...! দফাই দফাই অবৰোধ । মিঞা মানে তাৱাক্কল কেবল, চিষ্টিৰ স্রষ্টা আল্লাহৰ ওচৰত। মিঞা মানে বীৰত্বৰ প্ৰতিক! মিঞা মানেই কল্কিৰ সোঁ হাত , মিঞাই হল অন্ধকাৰৰ অবশন । মিঞাই দেশৰ নৌ সেনা, মিঞাই দেশৰ চাবমেৰিণ, মিঞা মানে অনেক অধিকাৰ , মিঞাৰ নাই ভয়ভিতী । তৰিলে দেশ মৰিলে সৰ্গ , প্ৰতিজ্ঞা বদ্ধ যদি হওঁ আমি! অন্ত হব ৰাবন ৰাজ্য পতন হব RSS গুণ্ডা বাহিনী । মিঞা মানে মহাশয় ! মিঞা মানে দেশৰ প্রগতি, বৃটিশ যোগত ৰক্ত ৰন্জিত মিঞাই , ইতিসাহেই তাৰ বিৰল শাক্ষি । মিয়া মানে কি ইমান সস্তা? সজাই আছা যেন ৰাজনৈতিক অভিসন্ধি । ক্ষমতাৰ লোভত বিবুদ্...