প্রত্যাহা
তোমাক ভাল পাই শিকিলো ,,,, বিশ্বাসৰ অনুভূতি নিশব্দ নি: সংগ মোৰ হৃদয়র প্ৰজাপতি । আবেগৰ দৰিদ্রতা মম বাতিডালৰ দৰে, পুৰিছে যদিও ! কোলা ধোৱাবোৰ দেখা নাই কিয় ? যুবপ্রজন্মৰ ৰং চালে, পিন্ধাব এন্দাৰত টুপি । বুজিবা সেই কলা কৌশল , শৰাইঘাট যুদ্ধ । বীৰত্ব থাকিলে দাসত্ব নহয়, আৰু দাসত্ব থাকিলে বিৰত্ব ৰ শেষ হয় । এয়াই হয়তো তোমাক পোৱাৰ, সংজ্ঞ্যা ৷ বৈচিত্ৰ দেখাত হলেও কুলি চৰাইৰ জ্ঞ্যান শূন্য । গছৰ ডালত বহি নকৰকনো যিমানে অভিনয় ? কেতেকীৰ মাত শুৱনি হলেও কথা ফাকি এষাৰ আছে , চকু যাই ফুলি।। কালৰ বুকুত ঢোল পেপাই শোভা নাপাই ।। বুদ্ধিমত্তাই বহন করে সুখর জীবন ।