প্রত্যাহা
তোমাক ভাল পাই শিকিলো ,,,,
বিশ্বাসৰ অনুভূতি
নিশব্দ নি: সংগ
মোৰ হৃদয়র প্ৰজাপতি ।
আবেগৰ দৰিদ্রতা মম বাতিডালৰ দৰে,
পুৰিছে যদিও !
কোলা ধোৱাবোৰ দেখা নাই কিয় ?
যুবপ্রজন্মৰ ৰং চালে,
পিন্ধাব এন্দাৰত টুপি ।
বুজিবা সেই কলা কৌশল , শৰাইঘাট যুদ্ধ ।
বীৰত্ব থাকিলে
দাসত্ব নহয়, আৰু দাসত্ব থাকিলে বিৰত্ব ৰ শেষ হয় ।
এয়াই হয়তো তোমাক পোৱাৰ,
সংজ্ঞ্যা ৷
বৈচিত্ৰ দেখাত হলেও
কুলি চৰাইৰ জ্ঞ্যান শূন্য ।
গছৰ ডালত বহি
নকৰকনো যিমানে
অভিনয় ?
কেতেকীৰ মাত শুৱনি হলেও
কথা ফাকি এষাৰ আছে ,
চকু যাই ফুলি।।
কালৰ বুকুত ঢোল পেপাই শোভা
নাপাই ।।
বুদ্ধিমত্তাই বহন করে
সুখর জীবন ।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন