ভালেই আছো

ভালেই আছো 
::::::::::::::::
ভালেই আছো বুলি কই 
ৰৈ থাকে হৃদয়, 
গোপন কোঠাত বহি 
 চকু দুখন  
কিমান জানো
কান্দে।
  ভালেই আছো বুলি মই ! কিমান মানুহ জানে ? 
আপোন বুলি কব গলে ময়ে 
অকলে ।
মৰি যায় মানবতা,
ব্যস্ততাৰ টানে ।
 মানুহবোৰৰ ভাল বেয়া 
জীৱন ব্যাদি খেদে ।
প্ৰতিদিনে পদ্য লিপি 
স্পৰ্শকতা হৃদয় !
আজি যদি
সঁচাকৈয়ে ভাল হলোহেঁতেন,
পালোহেঁতেন ৰঙা ৰোমাল
চকুপানীবোৰ মুচি ।

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

শত অভিযোগ

দেখতে আজ খোবে ইচ্ছে !