মিঞা
মিঞা
:::::::::
যুগ যুগ ধৰি
যদিও তুচ্ছ তাচ্ছিল্য ,
ৰোধিব মিঞাই অনুশাসন
শান্তিৰ ঘৰ দূৰত হলেও
ভাগ্যৰ চকা গুৰিব ।
যদিও নাই !
মিঞাৰ কাল্পনিক সংজ্ঞা ,
কিন্তু!
অসমীয়া ভাষাৰ সৈনিক ৷
মিঞা মানেই ,
অৰ্থনৈতিক পৰিৱৰ্তন !
মিঞা মানেই কঠোৰ সংগ্রাম নীতি....!
মিঞাৰ যদিও নাই
কোনো উপায় ...!
দফাই দফাই অবৰোধ ।
মিঞা মানে
তাৱাক্কল কেবল,
চিষ্টিৰ স্রষ্টা আল্লাহৰ ওচৰত।
মিঞা মানে
বীৰত্বৰ প্ৰতিক!
মিঞা মানেই কল্কিৰ
সোঁ হাত ,
মিঞাই হল অন্ধকাৰৰ অবশন ।
মিঞাই দেশৰ
নৌ সেনা,
মিঞাই দেশৰ চাবমেৰিণ,
মিঞা মানে
অনেক অধিকাৰ ,
মিঞাৰ
নাই ভয়ভিতী ।
তৰিলে দেশ মৰিলে সৰ্গ ,
প্ৰতিজ্ঞা বদ্ধ যদি হওঁ আমি!
অন্ত হব ৰাবন ৰাজ্য
পতন হব RSS গুণ্ডা বাহিনী ।
মিঞা মানে মহাশয় !
মিঞা মানে দেশৰ প্রগতি,
বৃটিশ যোগত ৰক্ত ৰন্জিত
মিঞাই ,
ইতিসাহেই তাৰ বিৰল শাক্ষি ।
মিয়া মানে কি ইমান সস্তা?
সজাই আছা যেন
ৰাজনৈতিক
অভিসন্ধি ।
ক্ষমতাৰ লোভত
বিবুদ্ধিত পৰিলা
মানুহেও বুজি পাই !
অ- মামা...!
তুমি নেতা
সমাজৰ
দোষী ব্যক্তি ।।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন