তোমাক পোৱাৰ সপোন
তোমাক পোৱাৰ
এশ সপোন
হাঁচি থলো বুকুত
মন দেৱলীয়া
আকাশৰ বৰষুন
কৰি থাকে গোন্জন ।
তোমাৰ গোন্ধত
শেৱালি ফুল
ফুলিছে,
ফুলিছে বসন্ততৰ বুকুত,
আকাশখন বাৰুকৈ ফৰকাল অনুভৱ
হৃদয়ৰ গোপন কোঠাত ৷
তুমি সদায়ে বাকৰোদ্র
কঠিন শিল্প কলা,
মানবতা তোমাৰ হিমা পৰ্বত
উচ্চতা আছে আবৰি ।
ধৰিলে প্ৰিয়তমাক চকুপানী টোকে ,
চাওঁ ঘূৰি আহি ।
থকা মোৰ তুমি!
সদায়ে হৃদয়ত
ৰাতিপুৱা নিয়ৰ হয় ৷৷
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন