ভন্ড মামা
ভন্ড মামা..
হিমন্ত ডাঙৰীয়া
ৰন্জন,স্বিলাৰ দৰে ।
বকি দিয়া তুমি !
মুখতে যি আহে
নকল ভ্ৰাম্মন বুলি ।
তোমাৰ পৰিচয়
অতি নগন্য
ধৰ্ম বিদ্ৰহী ।
পৰিচয় তোমাৰ
সনাতানি,
কৰিব লাগে,
শংকৰী কীর্তন ৷
তুমি কৰিছা হিন্দুত্ববাদ
ক্ষতি নহয় তোমাৰ জাত ।
জাতিয়তা বুলি
চিঞৰি থকা ,
সেই
জাতি
আকৌ থাকে লঘোন ।
তোমাৰ লৰাৰ
১৭বয়সত ১৮ টা কোম্পানী
অসমীক দিয়া
খেতিৰ জ্ঞ্যান।
ৠনিকিৰ আকৌ
অলেখ সম্পত্তি
ঘড়াকি বাৰু কেনেকৈ হল !
ভন্ড মামা ...!
কবানে খুলি !
জাতিয় চেতনা দেখোন তোমাৰ অলেখ ।
ৰোৱা নাই কতো
শাক,পাচলি কৰা নাই কতো কৃষি ...!
চৰকাৰী ভূমি
বেদখল কৰি
দেখোৱাব খুজিছা
সকলো কাঢ়হি নিলে মিঞাই ৷
তুমি যে ভন্ড মামা
বুজিব যেতিয়া জাতি ,
তুমি অসমীয়াৰ চিৰ সুত্ৰ
৬ নং দফাই দাঙিব
তোমাৰ স্বৰুপ ।।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন