ভুল
ভুল
::::::::
ভুলবোৰ হলেহেতন যদি
ফুলৰ সদৃশ,
যুগৰ পৰিবর্তন হলহেতেন
মানব ৰচিত ।
হলেহয়
ক্ষমা আনুগত্যৰ বেৰ।
ভুলবোৰ
সাজোৱা তুমি!
সুলিত কন্ঠৰে ,
বাৰম্বাৰ ভুলবোৰ
নহয় যেন
জীৱনর বাটত ।
ভুলবোৰ যদিও নহয় ফুল সদৃশ,
ভুলবোৰ আচলতে
হুঁহুনি দিৱাল !
ভুলর মাজতে হয় জীবন
অনুভৱ বৃক্ষ।।
এলেগা কথাবোর বেচি প্রবনতা ।
ভুলবোৰ বিৰক্তিকৰ যদিও সুধৰনি সঠিক ,
ভুলৰ মাজত হয় জীৱন পৰিবৰ্তন ।
ভুলবোৰ হলে হয় যদি
ফুল সদৃশ !
নহ’লহেঁতেন
ভুলৰ ক্ষমা
মানবতার প্রতি ।
ভুলবোৰ হয় যদিও
সকলোৰে
ভাল,
ভুলৰ
নদীত সাঁতুৰি
নাথাকিবা
সময়র ফাঁকত।
ভুলবোরো আজি
উলটিছে ক্ষমা,
সুধৰনী
নাথাকিলে
কবহি ভুল সময় ক্রোটি ।।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন