অন্ত
মোৰ অভিমান আছিল
তুমি সদায়ে মোৰে।
আলোকৰে আৰম্ভ হব
দুয়োৰে
যাত্ৰা !
হঠাৎ এদিন আবেলি
পাৰত
মৌনতাৰ কোলাহলবোৰ মোক বাকৰেদ্ৰতাৰ মাজত ঠেলি দিছে ।
মোৰ অভিমানে মোক
শোকাকুলত এৰি , অচিনাকী সাগৰত লীন হল ।
সেয়া আজি
বুকুৰ হৃৎপিন্ড স্তব্দ
নিমাত পাখিটো
কান্দিছে নিৰ্জানত ,
কিয়নো,
বহু কষ্টৰ ছাই হোৱা
তোষ কোৰাবেৰ উমি উমি জ্বলিয়ে থাকিল ।
এনে কোৱা নহওঁ তো মই ,
সাধুকথাৰ পাৰ্থপ্ৰদীপ
মোম এটাৰ দৰে
পুৰিও !
পোহৰৰ হল কিয় অন্ত ।।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন